GMCHৰ পুৰণি বিল্ডিঙত ঘটিল ভয়ংকৰ ঘটনা।
অট্টালিকাৰ চাদ খহি পৰাত আহত ৪ গৰাকী ৰোগী।
প্লাষ্টিক চাৰ্জাৰী বিভাগত সংঘটিত হৈছে এই ঘটনা।
ভৰ্তি হৈ থকা ৰোগীৰ ওপৰত পৰে চাদৰ কিছু অংশ।
কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৰোগীকেইজন।
পূৰ্বৰে পৰা জৰাজীৰ্ণ আছিল বিভাগটোৰ ছাঁদখন।
মেৰামতি নকৰাৰ ফলতে সংঘটিত এই ঘটনা।