Share and Enjoy !

Shares

অৱশেষত বানত সন্ধানহীন টুটুমণি দুৱৰাৰ মৃতদেহ উদ্ধাৰ৷

শিমলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত অভয়পুৰীয়া গাঁৱৰ বাসিন্দা আছিল টুটুমণি দুৱৰা।

বিগত ১৯ জুলাইৰ প্ৰলয়ংকৰী বানত উটুৱাই নিছিল একেটা পৰিয়ালৰ ৪গৰাকীকৈ লোকক। কিছুদিন পূৰ্বে উদ্ধাৰ হৈছিল বিদিশা দুৱৰা আৰু দুই ভাতৃ বিদ্যুৎ দুৱৰা ,বিপ্লৱ দুৱৰা মৃতদেহ। আজি কিছুসময় পূৰ্বে টুটুমণি দুৱৰা মৃতদেহ উদ্ধাৰ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *