মায়ঙৰ বুৰাবুৰী বজাৰত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত ১২খনকৈ দোকান।
জুইত জাহ যায় প্ৰায় কোটি টকাৰ সামগ্ৰী।
শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ৰাইজৰ।
অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম বুলি জানিব পৰা গৈছে।