Share and Enjoy !

Shares

মহানগৰীৰ ফৰেষ্ট স্কুলৰ সমীপৰ জামবৰীত লজ্জাজনক ঘটনা।

হোষ্টেলত থকা কলেজীয়া ছাত্ৰীক অশ্লীল ইংগিত যুৱকৰ।

লম্পটটো ধাৰাপুৰৰ ৰাজীৱ কলিতা বুলি জানিব পৰা গৈছে।

যুৱকজনৰ এই কাণ্ডৰ পাছতেই ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰক্ষীক।

ততাতৈয়াকৈ জালুকবাৰী সমজিলাৰ SP মৈত্ৰয়ী ডেকাৰ নেতৃত্বত উপস্থিত হয় শীৰ্ষ আৰক্ষীৰ দল।

আৰক্ষী তথা স্থানীয় লোকে উত্তম মধ্যম সোধাই লম্পটটোক।

বৰ্তমান আৰক্ষীয়ে আটক কৰিছে ৰাজীৱ কলিতাক।

Leave a Reply

Your email address will not be published. Required fields are marked *