নগৰবেৰাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
অভিযানত কল্যাণপুৰ আৰু জামাইলত গ্ৰেপ্তাৰ দুই চাইবাৰ অপৰাধীক
গ্ৰেপ্তাৰ কৰা লোকদুজন দিপাংকৰ দাস আৰু আজাইৰ আলী বুলি জানিব পৰা গৈছে
দিপাংকৰ দাসৰ ঘৰৰ পৰা এখন থাৰ, ৩৭ হাজাৰ টকীয়া চাইকেলৰ লগতে বৃহৎ পৰিমাণৰ বেংক সম্পৰ্কীয় নথি-পত্ৰ,এ টি এম কাৰ্ড, বেংক পাছবুক, চেক বুক জব্দ কৰে আৰক্ষীয়ে
বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ নেতৃত্বত চলে অভিযান