Share and Enjoy !

Shares

কোচবিহাৰৰ মধুপুৰ সত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

মধুপুৰ সত্ৰত উপস্থিত হৈ গুৰুজনাৰ আশীষ লৈ সেৱা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মধুপুৰ সত্ৰত উপস্থিত হোৱাৰ লগে লগে বিপুল আদৰণি জনায় স্থানীয় ভক্ত প্ৰাণ ৰাইজে।

মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ, সত্ৰৰ বিষয়-ববীয়াৰে বৈঠক মুখ্যমন্ত্ৰীৰ।

মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল, মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, পশ্চিম বংগৰ মন্ত্ৰী নিশিথ প্ৰামাণিক।

Leave a Reply

Your email address will not be published. Required fields are marked *