Share and Enjoy !

Shares

ACS নূপুৰৰ প্ৰেমিক লাট মণ্ডল সুৰজিৎ ডেকাৰ ঘৰত CM ভিজিলেঞ্চৰ অভিযান

সুৰজিৎ ডেকাৰ বৰপেটা সোণকুছিৰ ঘৰত CM ভিজিলেঞ্চৰ অভিযান

বৰপেটা সত্ৰৰ ভূমি জালিয়াটিয়ে ACS নূপুৰেৰে মিলি সন্দেহজনক লোকক হস্তান্তৰ কৰিছিল

বিনিময়ত লৈছিল লাখ লাখ টকা উৎকোচ

উল্লেখ্যযোগ্য যে, নূপুৰৰ আয় বৰ্হিভূত গোচৰত পূৰ্বেও সুৰজিৎৰ ঘৰত অভিযান চলাইছিল

নূপুৰৰ প্ৰথম ভূমি জালিয়াটি গোচৰত গ্ৰেপ্তাৰো হৈছিল সুৰজিৎ

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *