কাজিৰঙাত গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান
গোলাঘাট আৰক্ষী আৰু বন বিভাগৰ অভিযান
অভিযানত অগৰাতলী ৰেঞ্জৰ পৰা আটক দুটা চোৰাং চিকাৰী
ধৃত চিকাৰী দুটাৰ নাম জিণ্টু ওৰাং আৰু সৰ্বাং ৰাংহাং বুলি জানিব পৰা গৈছে
জানিব পৰা মতে, কাজিৰঙাত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে আটক কৰে দুয়োটাকে
আটক চোৰাং চিকাৰী দুটাৰ পৰা জব্দ দুটা হস্তনিৰ্মিত ৰাইফল