বজালীৰ ভৱানীপুৰত আৰক্ষীৰ অভিযান।
অভিযানত ভৱানীপুৰৰ পূৱহাটীতৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ গাঞ্জা
ঘটনাৰ সৈতে জড়িত গাঞ্জা ব্যৱসায়ী বাবুল সোণাৰীক গ্ৰেপ্তাৰ।
দীৰ্ঘদিনৰ পৰাই নিজ গৃহত গাঞ্জা ব্যৱসায়ী কৰি আহিছিল ধৃত লোকজনে
পূৰ্বেও একেই অভিযোগত গ্ৰেপ্তাৰ হৈছিল বাবুল সোণাৰী
আৰক্ষীয়ে আজি পুনৰ বাবুল সোণাৰীৰ গৃহৰ পৰা ৪ কেজি গাঞ্জা উদ্ধাৰ কৰে ।