Category: গুৱাহাটী

নৈশ বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ৩জন,আহত ৪জন

এক শোকাৱহ দুৰ্ঘটনা। মঙলবাৰে পুৱাই তিনিচুকীয়াৰ মাকুম শুকান পুখুৰী অঞ্চলত নৈশ বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ হয়।। সংঘৰ্ষত এম্বুলেন্সৰ…

‘জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু গানটো অখিল গগৈৰ বাবে গাইছিল’ : মন্তব্য মুখ্যমন্ত্ৰী

আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ প্ৰসংগত উত্তাল সদন। বিৰোধীৰ প্ৰশ্নত উত্তাল হয় সদনৰ…

তিৱাৰী আয়োগ, মেহতা আয়োগ আৰু জুয়ে পুৰা তিৰাশি

আজি ২৫ নৱেম্বৰত অসম বিধান সভাত দাখিল কৰা হ’ব ১৯৮৩ চনত সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসমত জাপি দিয়া…

জুবিন গাৰ্গৰ দূৰ্ভাগ্যজনক মৃত্যুৰ তদন্ত আয়োগৰ সময়সীমা বৃদ্ধি

জুবিন গাৰ্গৰ দূৰ্ভাগ্যজনক মৃত্যুৰ তদন্ত আয়োগৰ সময়সীমা বৃদ্ধি। ১২ডিচেম্বৰলৈ বঢ়ালে সময়সীমা। আয়োগৰ কাৰ্যালয় উক্ত তাৰিখলৈ পূৰ্বৰ সময় সূচি মতে খোলা…

কাৰ্যালয়তে নিজৰ জীৱন শেষ কৰি দিলে যুৱতী সাংবাদিক ৰিতুমণি ৰয়ে

কাৰ্যালয়তে নিজৰ জীৱন শেষ কৰি দিলে যুৱতী সাংবাদিক ৰিতুমণি ৰয়ে। মৃত্যুৰ পূৰ্বে পৰিয়াললৈ বুলি এটি শেষ টোকাও লিখি গৈছে ৰিতুমণি…

আজি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথা-শিল্পী, পদ্মশ্ৰী, সাহিত্যিক ইমৰান শ্বাহৰ জন্মদিন

আজি কথাশিল্পী পদ্মশ্ৰী ইমৰান শ্বাহৰ ৯৩ সংখ্যক ওপজা দিন। বনবাসীৰ পৰা ‘দোকমোকালি’ লৈ এক অনন্য সাহিত্য সৃষ্টিৰ পৰিক্ৰমা অতিক্ৰম কৰা…

বজালীত জোৰ সমদল সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ

বজালীত জোৰ সমদল সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ। জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত এই প্ৰতিবাদ। বিজেপি চৰকাৰ…

মৰ্মান্তিক! পৰীক্ষা দি ঘৰলৈ উভতাৰ পথত ট্ৰেক্টৰৰ খুন্দাত নিহত মেধাৱী ছাত্ৰৰ

এক শোকাৱহ দুৰ্ঘটনাত মৃত্যুত ছাত্ৰৰ। উত্তৰ গুৱাহাটী লেঙাত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা। মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত দ্বীপেন কলিতা…