Category: ৰাজ্য

অম্বুবাচীৰ নিবৃত্তিৰ পাছতে মা কামাখ্যাৰ আশিস ল’বলৈ ভক্তৰ ভিৰ

অন্ত পৰিল অম্বুবাচী মহাযোগৰ। নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি । সূৰ্যোদয়ৰ পাছত দেৱীৰ স্নান, নিত্য পূজাৰ…

পাছপ’ৰ্ট বনাবলৈ ১ জুলাইৰ পৰা ভৰিব লাগিব দুগুণ মাচুল

পাছপ’ৰ্ট বনাবলৈ ১ জুলাইৰ পৰা ভৰিব লাগিব দুগুণ মাচুল। পাছপ’ৰ্ট নবীকৰণৰ বাবেও পৰিশোধ কৰিব লাগিব দুগুণ মাচুল অহা ১ জুলাই…

ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দিনমজুৰিৰ মৃতদেহ, পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ

শ্ৰীভূমি জিলাৰ পাথাৰকান্দিৰ পুতনি চাহ বাগিচাত ৰক্তাক্ত অৱস্থাত মৃতদেহ উদ্ধাৰ। বৃহস্পতিবাৰে পুৱা পুতনি চাহ বাগিচাৰ পথৰ কাষত উদ্ধাৰ মৃতদেহটো। উদ্ধাৰ…

সোণাপুৰৰ ডিগাৰুত বৃহৎ পৰিমাণৰ ক’ডিন ছিৰাপ জব্দ; আটক ৬ জনক

সোণাপুৰৰ ডিগাৰুত বৃহৎ পৰিমাণৰ ক’ডিন ছিৰাপ জব্দ। এক গোপন সূত্ৰৰ পম খেদি সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত…

আজিও সকাহ নাপালে জুবিন গাৰ্গৰ দুই দেহৰক্ষীয়ে

জামিন নাপালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ২ দেহৰক্ষীয়ে ২৩ জুলাইত পুনৰ শুনানি গ্ৰহণ কৰিব আদালতে পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ অধিবক্তাই…

আৰক্ষীৰে গিজগিজাই থকা গুৱাহাটীৰ মাজমজিয়াৰ পৰা চোৰে লৈ গ’ল ট্ৰেভেলাৰ বাহন

দুচকীয়া বাইক বা সৰু গাড়ী নহয় এইবাৰ ট্ৰেভেলাৰ উঠাই নিলে চোৰে। আৰক্ষীৰ গিজ গিজাই থকা গুৱাহাটী মহানগৰীত এইবাৰ ট্ৰেভেলাৰ চুৰি…

লামডিঙৰ লাষ্ট কলনিত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

বুধবাৰে নিশা লামডিঙত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ। উদ্ধাৰ কৰা বিলুপ্তপ্ৰায় লাজুকী বান্দৰটো বিদ্যুতৰ তাঁৰত লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা…

বাণিজ্যিক ৰন্ধন গেছৰ যোগান পূৰ্বৰ স্তৰলৈ পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

বাণিজ্যিক চিলিণ্ডাৰৰ যোগানক লৈ ডাঙৰ খবৰ। বাণিজ্যিক ৰন্ধন গেছৰ যোগান পূৰ্বৰ স্তৰলৈ পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। শেহতীয়াকৈ পশ্চিম…

নলবাৰীত একেলগে জীৱন শেষ কৰিলে প্ৰেমিক-প্ৰেমিকাই!

এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে নলবাৰীৰ বালিতাৰাত। একেলগে জীৱন শেষ কৰি দিলে এহাল প্ৰেমিক-প্ৰেমিকাই। বালিতাৰাৰ পথাৰৰ ফালে থকা এখন জংঘলৰ…

মৃত্যুদূতত পৰিণত হৈছে মৰা গছ

পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চানডুবিৰ সমীপৰ গুটিপথাৰত মৰ্মান্তিক ঘটনা। সোমবাৰে সন্ধিয়া এডাল মৰা শালগছ বাগৰি কৰুণ মৃত্যুক সাবটি লয় পিতা-পুত্ৰই।…