CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ২০২৬ চনৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰিছে।
এইবাৰ প্ৰায় ১৮.৫৭ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।
CBSEৰ অ’ফিচিয়েল ৱেবছাইটসমূহ ‘cbseresults.nic.in’, ‘cbse.nic.in’ আৰু ‘results.cbse.nic.in’ত উপলব্ধ ফলাফল