Share and Enjoy !

Shares

অসম বিধানসভাৰ প্ৰ’টেম অধ্যক্ষৰূপে শপত ল’লে চন্দ্ৰমোহন পাটোৱাৰীয়ে

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত পাটোৱাৰীক শপতবাক্য পাঠ কৰাই

স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে বিধানসভা পৰিচালনা কৰিব প্ৰ’টেম অধ্যক্ষই

২১ মে’ৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ অধিৱেশন

 

Leave a Reply

Your email address will not be published. Required fields are marked *