চামগুৰিত হাতী-মানুহৰ ভয়ংকৰ সংঘাত
বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত এজন, আনহাতে সংকটজনক অৱস্থাত এজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক আকোৱালি লয়।
বন্যহস্তীৰ আক্ৰমণত নিহত ব্যক্তি দুজন বাজিয়াগাঁৱৰ ছৰিফুল ইছলাম আৰু চামগুৰিৰ প্ৰণৱ দাস বুলি জানিব পৰা গৈছে।
পাচলিৰ খেতিত কাম কৰি থকা অৱস্থাত বন্যহস্তীৰ আক্ৰমণত নিহত হয় ছৰিফুল ইছলাম, আনহাতে বন্যহস্তী খেদিবলৈ চেষ্টা কৰা প্ৰণৱ দাসকো আক্ৰমণ কৰে বন্যহস্তীয়ে