Share and Enjoy !

Shares

মঙলদৈ নদীত পুনৰ উদ্ধাৰ মৃতদেহ।

পানীত ওপঙি থকা মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

মৃতদেহটো মঙলদৈৰ শান্তিপাৰা ১নং ৱাৰ্ডৰ কৰুণা দাসৰ বুলি চিনাক্ত।

ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মঙলদৈ শাখাৰ অস্থায়ী কৰ্মচাৰী আছিল কৰুণা দাস।

মঙলবাৰে প্ৰাতঃভ্রমণলৈ ওলাই অহাৰ পিছৰে পৰা নিৰুদ্দেশ আছিল লোকজন।

দুদিন পূর্বে মঙলদৈ নদীত উদ্ধাৰ হৈছিল দুজনকৈ স্কুলীয়া ছাত্ৰৰ মৃতদেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *