ধেমাজি জিলা উন্নয়ন আয়ুক্তৰ বাসগৃহত CM ভিজিলেন্সৰ দল
জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বাসগৃহত উপস্থিত গুৱাহাটীৰ পৰা যোৱা ৯জনীয়া এটা দল
জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক সোধাপোছা দলটোৰ
এগৰাকী চিকিৎসকৰ অভিযোগৰ ভিত্তিত ভিজিলেন্সে বৰাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ
গোচৰটোৰ প্রাথমিক তদন্তত ওলাইছে আয় বহিৰ্ভূত সম্পত্তিৰ তথ্য
গুৱাহাটী–লখিমপুৰত আছে দেৱেশ্বৰ বৰাৰ অগাধ সম্পত্তি
পত্নী আৰু পৰিয়ালৰ অন্য সদস্যৰ নামত আছে সম্পত্তিসমূহ