Share and Enjoy !

Shares

জনপ্ৰিয় গায়িকাৰ দীপান্বিতা ডেকাৰ সৈতে ভয়ংকৰ ঘটনা।

AIৰ সহায়ত দীপান্বিতা ডেকাৰ ফটো বিকৃত কৰি সামাজিক মাধ্যমত আপলোড কৰাৰ অভিযোগ

ফটো AIৰ সহায়ত বিকৃত কৰা ঘটনাক কেন্দ্ৰ কৰি CIDত এজাহাৰ দাখিল কৰিছে গায়িকা দীপান্বিতা ডেকাই।

অভিযোগ অনুসৰি, হাছানুৰ ইছলাম নামৰ এজন যুৱকে AI প্ৰযুক্তিৰ সহায়ত দীপান্বিতা ডেকাৰ ফটো বিকৃত কৰিছিল। ইয়াৰ পিছত বিকৃত ফটো সামাজিক মাধ্যমত আপলোড কৰিছিল।

ঘটনাটোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গায়িকাগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *