Share and Enjoy !

Shares

গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

সোমবাৰে নিশা মহানগৰীৰ বেহাৰবাৰীত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো

পথ দুৰ্ঘটনাত পতিত দুগৰাকীকৈ জনপ্ৰিয় অভিনেতা।

দুৰ্ঘটনাত পতিত হয় জনপ্ৰিয় অভিনেতা টনি দেউৰী বসুমতাৰী আৰু জনী দেউৰী।

AS-01NC-4712 নম্বৰৰ ডাম্পাৰখনে খুন্দা মাৰে AS-01EH-3089 নম্বৰৰ ৱেগনাৰ বাহনখনক। ৱেগনাৰ বাহনখত আছিল ‘লোকেল কংফু’ৰ দুই অভিনেতা টনি দেউৰী বসুমতাৰী আৰু জনী দেউৰী।

মেঘালয়ৰ পৰা গুৱাহাটীৰ নিজ ঘৰলৈ অহা সময়ত বেহাৰবাৰীৰ উৰণসেতুৰ তলত দুৰ্ঘটনাত পতিত হয় অভিনেতা দুগৰাকী।

লখৰা দিশৰ পৰা অহা ডাম্পাৰখনে মহটিয়াই নিয়ে ৱেগনাৰ বাহনখন। আঘাতপ্ৰাপ্ত দুয়োগৰাকীৰ অভিনেতাক বেহাৰবাৰীৰ প্ৰাৰ্থনা হাস্পতাললৈ প্ৰেৰণ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *