Share and Enjoy !

Shares

যোৰহাট বৰুৱা চাৰিআলিত অঘটন।

ৰখাই থোৱা মেজিক বাহনত অগ্নিকাণ্ড ।

দাও দাও কৈ জ্বলি ৰখাই ৰখা বাহন।

জ্বলি ভস্মীভূত হয় মেজিকখন।

বৈদ্যুতিক বিসংগতিৰ ফলতেই অগ্নি কাণ্ড সংঘটিত হয় বুলি প্ৰাথমিক তদন্তত প্ৰকাশ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *