Share and Enjoy !

Shares

কামৰূপৰ টুপামাৰীত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

টুপামাৰীৰ বিভিন্ন অঞ্চলত অভিযান চলাই ৪ চাইবাৰ অপৰাধীক গ্রেপ্তাৰ

ধৃতলোককেইজন মাহছুদ আহমেদ, ইনতাদুল হক, হাবেল উদ্দিন, ছাইফুল ইছলাম বুলি জানিব পৰা গৈছে

ধৃতলোককেইজন ঘৰৰ পৰা জব্দ কৰে বহু ATM কাৰ্ড, বেংক পাছবুক, চেকবুক

বৰ্তমানলৈ টুপামাৰীৰ পৰা ১৪টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ আৰক্ষীৰ

সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত

Leave a Reply

Your email address will not be published. Required fields are marked *