Share and Enjoy !

Shares

ক্ষেত্ৰী থানাৰ অন্তৰ্গত টেঘেৰীয়াত নিশাৰ ভাগত আৰক্ষীৰ অভিযানত জব্দ অবৈধ গৰু ভৰ্তি বাহনৰ লগতে সৰহবৰাকাৰী।

স্থানীয় ৰাইজৰ সহযোগত মুঠ ১৪ টা গো-ধনৰ লগতে ৫ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয় ক্ষেত্ৰী আৰক্ষীয়ে।

মৰিগাঁৱৰ পৰা ক্ষেত্ৰীৰ পাহাৰীয়া উপ-পথ টেঘেৰীয়া হৈ মেঘালয়লৈ অভিমুখে আছিল বাহন কেইখন।

আটকাধীন সৰবৰাহকাৰী কেইজন ক্ৰমে মেঘালয়ৰ মিন্টু ইংতি (৪৫), চেইন ব্ৰ মাৰাক (৩৯), চান্দ কেলেং (৩০), শ্যাম নগকলেম (৪৫) আৰু ক্ষেত্ৰীৰ পশ্চিম উলনিৰ পৰেশ বৈশ্য (৪৫)।বুলি জানিব পৰা গৈছে

আৰক্ষীয়ে জব্দ কৰা বাহন কেইখনৰ নম্বৰ ক্ৰমে ML-10- C- 6770, ML- 10 D- 0409 আৰু AS- 01- LC- 2734।

#ইয়াৰ লগতে সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা ML- 10- A- 4242 নম্বৰৰ এখন বিলাসী ISUZU বাহনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *