নলবাৰীত বিধ্বংসী অগ্নিকাণ্ড।
নলবাৰীৰ গৰ্ডনৰ ভবেন্দ্ৰ ভৱনত এই অগ্নিকাণ্ড
নলবাৰীৰ কাজিপাৰত ভয়াবহ অগ্নিকাণ্ডত জীৱন্ত অগ্নিদগ্ধ গৈ মৃত্যু এগৰাকী মহিলাৰ৷
মৃত মহিলা গৰাকীৰ নাম সুৱলা দাস নামৰ এগৰাকী মহিলাৰ মৃত্যু৷
পোষ্ট অফিচ চʼকৰ পদপথত নিশা চাহৰ দোকান দি পৰিয়াল চলাইছিল মহিলা গৰাকীয়ে।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহনী উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হৈছে৷