গহপুৰৰ হাৱাজানত মৰ্মান্তিক পথ দুৰ্ঘটনা
এখন ট্রেইল’ৰৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী
দুৰ্ঘটনাত থিতাতে নিহত ১৯ বছৰীয়া এগৰাকী যুৱতী
মৃত যুৱতীগৰাকী দীপিকা বৰদলৈ বুলি চিনাক্ত কৰা হৈছে
জিমলৈ বুলি গৈ থকা অৱস্থাত কৰুণ মৃত্যুক আকোৱালি লয় যুৱতীগৰাকীয়ে