নুমলীগড়ত চাঞ্চল্যকৰ ঘটনা। ডিঙিত টায়াৰ সোমোৱা এটা বন্যহস্তীৰ বিচৰণ।চাহ বাগিচাত।
নুমলীগড়ৰ বকিয়ালৰ এখন চাহ ডিঙিত ট্ৰেক্টাৰৰৰ টায়াৰ সোমোৱা অৱস্থাত দেখা গৈছে বন্যহস্তীটোক। খাদ্যৰ সন্ধানত ঘূৰি ফুৰোঁতেই বন্যহস্তীতোৰ ডিঙিত টায়াৰ সোমাইছে।কেমেৰাত বন্দী হৈছে দৃশ্য।
বন্যহস্তীটোৰ সন্ধানত অভিযান বন বিভাগৰ।
বন বিষয়া কৃতিকমল ডেকাই জানিবলৈ দিয়া।অনুসৰি কাজিৰঙাৰ পৰা এটা বন বিভাগৰ এটা দল আহি বন্যহস্তীৰটোৰ পৰা টায়াৰ ওলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব