ভয়ংকৰ অগ্নিকাণ্ড;জুইত ভস্মীভূত ৬ লক্ষাধিক টকাৰ সা-সম্পত্তি

টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত বামুনপুখুৰী বৰা গাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড। জিতু ভড়ালী নামৰ মুখা শিল্পী গৰাকীৰ শিল্প প্ৰতিষ্ঠান জাহ গ’ল…

প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদৰ দেহাৱসান

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ দেহাৱসান। আজি পুৱা ৮ বাজি ১০ মিনিটত শ্ৰীভূমি জিলাৰ বাৰৈগ্ৰামৰ…

হৃদয়বিদাৰক; পুখুৰীত ডুবি মৃত্যু কিশোৰৰ

গহপুৰৰ সোণাপুৰ চাৰেংগুৰিত হৃদয়বিদাৰক ঘটনা সমনীয়াৰ সৈতে গা ধুবলৈ গৈ দ-পুখুৰীৰ পানীত ডুবি প্ৰাণ হেৰুৱালে কিশোৰে। মৃত কিশোৰজন সোণাপুৰ চাৰেংগুৰিৰ…

কেতিয়া অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগম নিৰ্বাচন? জনালে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে

শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ। ৪২টা ৱাৰ্ডযুক্ত শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা আজি অধিসূচনা…

ধেমাজি জিলাৰ তেলামত লোমহৰ্ষক হত্যাকাণ্ড

ধেমাজি জিলাৰ তেলামত লোমহৰ্ষক হত্যাকাণ্ড। গাৰ নোম শিয়ৰি উঠা কাণ্ডই সমগ্ৰ জোনাইৰ লগতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি,…

ৰাজ্যত নাৰী সৰবৰাহকাৰী চক্ৰৰ ভয়ংকৰ জাল, কৰ্ম সংস্থাপনৰ মিছা প্ৰলোভন দি বহিঃৰাজ্যলৈ সৰবৰাহ যুৱতীক

পুনৰ সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ। ধুবুৰী জিলাৰ গৌৰীপুৰত আৰক্ষীয়ে চলোৱা এক অভিযানত নাৰী সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ দুই…

দ্ৰুতবেগী চাৰিচকীয়া বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ পকী দেৱালত খুন্দা;নিহত ২জন

ওদালগুৰি জিলাৰ দলংঘাটৰ ভূঞাখাটত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী চাৰিচকীয়া বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষৰ পকী দেৱালত খুন্দা ফলত দুজন…

“টেট বছৰি ১ লাখ ল’ৰাই পাছ কৰিব, ১ লাখ ল’ৰাক যদি আমি চাকৰি দিওঁ চৰকাৰখনে তলা লাগি যাব”-। মুখ্যমন্ত্ৰী

টেট পৰীক্ষা আৰু ভেঞ্চাৰ স্কুলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য । আজি দেৰগাঁৱত সাংবাদিকৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে…

সাময়িকভাৱে অন্ত অ’লা, উবেৰ, ৰেপিড’ আৰু টেক্সি চালক-গৰাকী সন্থাৰ প্ৰতিবাদ

সাময়িকভাৱে অন্ত অ’লা, উবেৰ, ৰেপিড’ আৰু টেক্সি চালক-গৰাকী সন্থাৰ প্ৰতিবাদ। অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্তৰ সৈতে হোৱা আলোচনাৰ পাছতে…

নেমকেয়াৰ হাস্পতালত চাঞ্চল্যকৰ ঘটনা, চেম্বাৰতে জীৱন শেষ কৰিলে চিকিৎসকে! কিন্তু কিয়?

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চাঞ্চল্যকৰ ঘটনা। পুৱাই হাস্পতালৰৰ চেম্বাৰত ৰহস্যজনক মৃত্যু চিকিৎসকৰ। মৃত চিকিৎসকগৰাকী প্ৰয়াস সিংঘল বুলি জানিব পৰা গৈছে। নতুন…

ভয়ংকৰ ভূমিস্খলন! পাহাৰৰ মাটিৰ তলত পোতা গ’ল বাসগৃহ

পুনৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলন।মহানগৰীৰ নাৰেংগীৰ কমলাবাগানত সংঘটিত হৈছে এই ঘটনা। ভূমিস্খলনৰ ফলত কথমপি ৰক্ষা পৰিল ৫জনীয়া এটি পৰিয়ালৰ। হঠাতে…

হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্রৱা থান

আজি মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তিৰোভাৱ তিথিৰ আয়োজন। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে বটদ্রৱা থান। মাধৱদেৱৰ…