Tag: Assam news

টিকট কৰ্তনৰ পিছতে BJP বিধায়কৰ পদত্যাগ!

বহু জল্পনা কল্পনাৰ অন্তত আজি ঘোষণা হ’ল বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। এই প্ৰাৰ্থী তালিকাক লৈ ৰাজনৈতিক মহলত তীব্ৰ উৎকণ্ঠা আছিল৷…

বৰমাৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ

নিৰ্বাচনৰ প্ৰাকক্ষণত UPPLত মোক্ষম আঘাত। বৰমাৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ। দলৰ প্ৰাথমিক সদস্যৰ পৰাও কৰে পদ ত্যাগ। দলৰ সভাপতিলৈ প্ৰেৰণ…

বাইক আৰু টাটাৰ মাজত মুখামুখি সংঘৰ্ষ;আহত দুই কিশোৰ

বুধবাৰে বিয়লি ঘিলামৰাত ভয়ংকৰ দুৰ্ঘটনা। বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।ফলত দুগৰাকী কিশোৰ গুৰুতৰভাবে আহত হয়। প্ৰাথমিক তথ্য মতে,…

মৰ্মান্তিক! মাছ ধৰিবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ মৃত্যুৰ দুগৰাকী মহিলাৰ

চিলাপথাৰত শোকাৱহ ঘটনাই । বুধবাৰে মাছ ধৰিবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ মৃত্যুৰ দুগৰাকী মহিলাৰ। গুৰুতৰভাৱে আহত এগৰাকী মহিলা।। জানিব পৰা মতে,…

ৰাইজৰ দলৰ সভাপতি অখিল গগৈলৈ অসম নাগৰিক সন্মিলনৰ মুকলি পত্ৰ

ৰাইজৰ দলৰ সভাপতি অখিল গগৈলৈ অসম নাগৰিক সন্মিলনৰ মুকলি পত্ৰ। কংগ্ৰেছৰে ৰাইজৰ দলৰ মিত্ৰতাৰ পোষকতা কৰি হীৰেন গোহাঁই, নগেন শইকীয়াকে…

“এজন ল’ৰাৰ জোৰণ লৈ আন এজন ল’ৰাৰ লগত পলায় যোৱা আৰু প্ৰদ্যুৎ বৰদলৈ দলত্যাগ একে কথা”। প্ৰদ্যুৎ বৰদলৈৰ দলত্যাগৰ পিছতে মহাবিস্ফোৰণ মীৰা বৰঠাকুৰৰ

ভাৰতীয় জনতা পাৰ্টিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ। আজি মুখ্যমন্ত্ৰীৰ দিল্লীৰ আবাসত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত…

ৰমেন দাসৰ ঘৰৰ পৰা চোৰে লুটি নিলে সোণৰ অলংকাৰৰ লগতে নগদ ধন

পুনৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ চুৰিকাণ্ডৰ ঘটনা। স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান জনাই মহানগৰীত প্ৰতিদিনে সংঘটিত হৈছে চুৰিৰ ঘটনা। এইবাৰ গুৱাহাটীৰ মহানগৰীৰ বাঘৰবৰীৰ…

নতুন দিল্লীত বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক

নতুন দিল্লীত আৰম্ভ বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক। দলটোৰ জ্যেষ্ঠ নেতা জে পি নড্ডাৰ আবাসগৃহত অনুষ্ঠিত এই বৈঠক। বৈঠকখনত উপস্থিত বিজেপিৰ…

ধেমাজিৰ সংহত জিলা আয়ুক্তৰ সভাকক্ষত সংবাদমেল

ধেমাজি প্ৰশাসনৰ জিলা আয়ুক্তৰ সভাকক্ষত সংবাদমেল। অসম বিধান সভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই জিলাখনৰ ধেমাজি,চিচিবৰগাঁও আৰু জোনাইকে ধৰি তিনিটা…

বিধানসভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ঘোষণা

বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদে। আজি সংবাদমেল যোগে অসম জাতীয় পৰিষদে সংবাদমেল সম্বোধন কৰে।সংবাদমেলত উপস্থিত…