Tag: assamnews

প্ৰাৰ্থিত্ব লাভ কৰিয়েই খোৱাঙত উপস্থিত লুৰিণজ্যোতি গগৈ

নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে ৰাজ্যৰ ৰাজনীতত ধুমুহাৰ সৃষ্টি হৈছে। বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতেই প্ৰায়ভাগ দলেই ঘোষণা কৰিছে প্ৰাৰ্থীৰ…

চাৰ্জিং পইণ্টত বিজুতি ঘটি বিস্ফোৰণ;নিহত শিশুসহ ৮গৰাকী লোক

মধ্যপ্ৰদেশৰ ইন্দোৰৰ ব্ৰজেশ্বৰী এনেক্স কলনীত বিধ্বংসী অগ্নিকাণ্ড। বুধবাৰে পুৱা এটা তিনিমহলীয়া অট্টালিকাত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা। ঘটনাৰ বিৱৰণী মতে, এখন…

নেপালত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

পুনৰ হেলিকপ্টাৰ দুৰ্ঘটনা। পূব নেপালত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত এখন হেলিকপ্টাৰ। ঘটনাৰ বিৱৰণী অনুসৰি, এয়াৰ ডাইনেষ্টীৰ এখন হেলিকপ্টাৰ পূব নেপালৰ…

প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদান সন্দৰ্ভত সামাজিক মাধ্যমত জিতেন্দ্র সিঙৰ প’ষ্ট

ভাৰতীয় জনতা পাৰ্টিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ। মুখ্যমন্ত্ৰীৰ দিল্লীৰ আবাসত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত…

আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ

ভাৰতীয় জনতা পাৰ্টিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ। মুখ্যমন্ত্ৰীৰ দিল্লীৰ আবাসত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত…

ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ

ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ। এফালে আমৰণ অনশন, আনফালে ৰাজপথলৈ ওলাই আহিল শ শ শিক্ষাৰ্থী। প্ৰথমে পঞ্জীয়কৰ কাৰ্যালয়…

প্ৰকাশ পালে AIUDFৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা

প্ৰকাশ পালে AIUDFৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা ১২ টা সমষ্টিত প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিলে AIUDFয়ে বিন্নাকান্দিত প্ৰাৰ্থিত্ব প্ৰদান বদৰুদ্দিন আজমলক গোৱালপাৰা(পূব)ত…

বিধানসভা নিৰ্বাচনৰ বাবে UPPLৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ

অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা UPPLৰ। প্ৰথম পৰ্যায়ত ৭টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে UPPLএ। বিধানসভাৰ নিৰ্বাচনৰ…

নিৰ্বাচনৰ পূৰ্বে UPPLত মোক্ষম আঘাত; UPPL এৰি BPFলৈ ৰবিন্দ্র মুছাহাৰী

আগন্তুক নিৰ্বাচনক লৈ সমগ্ৰ ৰাজ্যত বলিছে ৰাজনৈতিক গৰম বতাহ ৷ বিধানসভা নিৰ্বাচনৰ পূৰ্বে UPPLত মোক্ষম আঘাত ৷ UPPL ত্যাগ কৰিলে…

মানকাচৰত আশা ছুপাৰভাইজাৰক স্মাৰ্ট মোবাইল বিতৰণ

আজি দক্ষিণ শালমাৰা–মানকাচৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মানকাচৰ সমষ্টিৰ ২০ গৰাকী আশা ছুপাৰভাইজাৰক স্মাৰ্ট মোবাইল বিতৰণ কৰা হয়। আশা ছুপাৰভাইজাৰসকলক…