জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ পুনৰ অসুস্থ হৈ পৰিছে৷ যাৰ বাবে বুধবাৰে গুৱাহাটীস্থিত বেছৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
চিকিৎসকসকলে জানিবলৈ দিছে যে বৰ্তমান তেওঁৰ অৱস্থা স্থিতিশীল।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা গৰিমা গাৰ্গে বাৰে বাৰে অসুস্থ হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে।