Share and Enjoy !

Shares

পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত চৰকাৰী বিষয়া।

ভূমিলেখ্য ও জৰীপ অধিকৰ্ত্তা কাৰ্যালয়ৰ অতিৰিক্ত সঞ্চালকক গ্রেপ্তাৰ।

অতিৰিক্ত সঞ্চালকগৰাকী লাচিত কুমাৰ দাস ।

৫০ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ ACS বিষয়া লাচিত কুমাৰ দাস।

ভূমি ক্ৰয়-বিক্ৰয়ৰ নামত এই উৎকোচ বিচাৰিছিল বিষয়াগৰাকীয়ে।

গুৱাহাটীৰ ৰূপনগৰস্থিত ভূমিলেখ্য অধিকৰ্তা কাৰ্যালয়ত কৰ্মৰত লাচিত কুমাৰ দাস।

লাচিত কুমাৰ দাসৰ বেলতলাৰ ফ্লেটতৰ লগতে কুইন গাৰ্ডেন এপাৰ্টমেণ্টৰ G-A ব্লকত চলিছে অভিযান।

Leave a Reply

Your email address will not be published. Required fields are marked *