“জুবিনক্ষেত্ৰত অকল এখন সমাধি ক্ষেত্ৰ কৰিব বিচৰা নাই, জুবিনক্ষেত্ৰ এটা এক্সপেৰিয়েন্স চেণ্টাৰ হওক। য’ত জুবিনৰ মিউজিয়াম থাকিব”
পুৱাই জুবিনক্ষেত্ৰত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গ,ভগ্নী পামী বৰঠাকুৰ, পাৰ্থসাৰথি মহন্ত, বীৰেন সিংহ, প্ৰাঞ্জল শইকীয়া, তৰালী শৰ্মা।পুৱাই।নিৰ্মাণ সমিতিৰ ১১ গৰাকী…