Author: News Desk

বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত ৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

বৃহস্পতিবাৰে নিশা বোকাখাতৰ বৰজুৰিত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ভস্মীভূত ৫খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। নষ্ট হয় প্ৰায় ৭০ লাখৰো অধিক টকাৰ সম্পত্তি…

ই-ৰিক্সা আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ;নিহত এজন

নগাঁও জিলাৰ বেবেজীয়া জুৰিয়া নামঘৰৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। ই-ৰিক্সা আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষ ফলত ই-ৰিক্সা…

শুই থকা অৱস্থাত পত্নীক কুঠাৰেৰে ঘপিয়াই হত্যা স্বামীৰ

নিলামবজাৰৰ শেখলুদি গাঁৱত চাঞ্চল্যকৰ ঘটনা পত্নীক হত্যা কৰি আত্মহত্যাৰ চেষ্টা স্বামীৰ শুই থকা অৱস্থাত পত্নী আনোয়াৰা বেগমক হত্যা কৰে স্বামীয়ে…

বজাৰ কৰিবলৈ আহি মৃত্যুক সাৱতিলে আৰক্ষী কনিষ্টবল সাগৰ হাঞ্চে।

চামগুৰিৰ আমনিত শোকাবহ পথ দুৰ্ঘটনা আৰ্টিকা বাহনৰ খুন্দাত থিতাতে নিহত 12th APBNৰ কনিষ্টবল চামগুৰিৰ আমনিত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত থিতাতে…

নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়

নিশাও উত্তাল হৈ থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত অনিয়মৰ অভিযোগ তুলি প্ৰতিবাদ প্ৰথমে পথ অৱৰোধ কৰি প্ৰতিবাদত…

ওদালগুৰিৰ খৈৰাবাৰীত গুলীচালনাৰ ঘটনা

ওদালগুৰিৰ খৈৰাবাৰীত গুলীচালনাৰ ঘটনা পোষ্ট অফিচৰ কৰ্মচাৰীক আক্ৰমণ দুৰ্বৃত্তৰ বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত কেশৱ ঝা নামৰ যুৱকজন লোকজনক আক্ৰমণ…

সঁচা প্ৰমাণিত হ’ল নেকি এছআইআৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ স্থিতি

২০২৫ চনৰ ৭ আগষ্টত ৰাহুল গান্ধীয়ে কৰ্ণাটকৰ বেংগালুৰু কেন্দ্ৰীয় লোকসভা সমষ্টিৰ অন্তৰ্গত মহাদেৱপুৰা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকা সম্পৰ্কে তথ্য প্ৰকাশ…

শ্ৰীভূমিত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

শ্ৰীভূমিত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ।শ্ৰীভূমিত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাক লৈ ক্ষোভ প্ৰকাশ কৰি পথলৈ ওলাই আহিল কৰিমগঞ্জ মহাবিদ্যালয়ৰ…

বগীধলা চাহ বাগিচা খোলাৰ দাবীত গোলাঘাটত আটছাৰ ধৰ্ণা

৮ বছৰে বন্ধ হৈ থকা বগীধলা চাহ বাগিচা খোলাৰ দাবীত আজি গোলাঘাটত অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা) ধৰ্ণা কাৰ্যসূচী…