বজালীৰ পাঠশালাত পুনৰ চিলনী চুৰৰ সন্ত্ৰাস।
মটৰচাইকেলত অহা চুৰে এগৰাকী ব্যক্তিৰ পৰা কাঢ়ি লৈ গল ৫ লাখ ৪০ হাজাৰ টকা।
HDFC বেংকৰ পাঠশালা শাখাৰ পৰা উলিয়াই আনিছিল ধনখিনি ।
বেংকৰ পাৰ মাত্ৰ ১০০ মিটাৰ দূৰৰ পৰা লৈ যায় টকাখিনি।
ধন কাঢ়ি নিয়াৰ দৃশ্য বন্দী চিচিটিভি কেমেৰাত।।
ঘটনাস্থলীত উপস্থিত পাঠশালা আৰক্ষী ।
চিলনী চোৰক বিচাৰি আৰম্ভ কৰিছে তদন্ত।