Share and Enjoy !

Shares

আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত NDAৰ এক গুৰুত্বপূৰ্ণ বৈঠক

বিয়লি ৩ বজাৰ পৰা অনুষ্ঠিত হ’ব এই বৈঠকখন

প্ৰধানমন্ত্ৰীৰ অভিলেখ, NDAৰ ১২ বছৰ শাসন কালক অভিনন্দন

বৈঠকত উপস্থিত থাকিব NDAৰ সহযোগী দলৰ ৭৫গৰাকী জ্যেষ্ঠ নেতা

লগতে এই বৈঠকত উপস্থিত থাকিব NDA শাসিত ৰাজ্য-UTৰ মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰী

বৈঠকত অংশ ল’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো

ইয়াৰ পিছতেই আহ্বান কৰা হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বিশেষ বৈঠক

বৈঠকত মোদী মন্ত্ৰীসভাৰ ৰদবদলক লৈ চৰ্চা সম্ভাৱনা

 

Leave a Reply

Your email address will not be published. Required fields are marked *