Share and Enjoy !

Shares

বঢ়মপুৰ তপতজুৰিত বন্যহস্তীৰ উপদ্ৰৱ ।

বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে বাসগৃহ

নিশা বন্যহস্তীৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি পলায়ন গৃহস্থৰ।

কন্দলি চোৱাং বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নামি অহা এটা বন্যহস্তীৰ দলে চলাই উপদ্ৰৱ ।

Leave a Reply

Your email address will not be published. Required fields are marked *