অৰুণাচলৰ চেপাত মৰ্মান্তিক দুৰ্ঘটনা।
পাহাৰৰ পৰা তলত পৰিল শ্ৰমিকৰ বাহন
দুৰ্ঘটনাত নিহত নাওবৈচাৰ ৫জন যুৱক।
কৰ্মসূত্ৰে অৰুণাচলত আছিল যুৱককেইজন।
বৰ্তমানলৈ যুৱককেইজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই।
অসম আৰক্ষীয়ে যোগাযোগ কৰিছে অৰুণাচল আৰক্ষীৰ সৈতে।
তদন্তৰ লগতে উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে দুয়োখন ৰাজ্যৰ আৰক্ষীয়ে।