Share and Enjoy !

Shares

বিশ্বকৰ্মা পুজাৰৰ আনন্দৰ মাজতে উত্তৰ গুৱাহাটী মধ্যমখণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনা ।

দুখন ষ্কুটিৰ মাজত ভয়ংকৰ মুখামুখি সংঘৰ্ষ ।

সংঘৰ্ষত নিহত এগৰাকী যুৱতী,গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৩ জন ।

নিহত যুৱতী গৰাকী উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ পল্লৱী নেৱাৰ বুলি জানিব পৰা গৈছে

আহত স্কুটি আৰোহী তিনিজনক নাৰায়না হাস্পতালত ভৰ্তি কৰোৱা হয় ।

ভুলপথে আহি দুৰ্ঘটনা সংঘটিত কৰা যুৱক দুজন মান্দাকাটা শুক্তাগুৰিৰ বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনা সংঘটিত হোৱা ষ্কুটি দুখনৰ নম্বৰ AS 25 Z 7512 আৰু আনখন AS 01 GS 1858।

বৰ্তমান আহত তিনি স্কুটী আৰোহী সংকট জনক অবস্থাত চিকিৎসাধীন ।

Leave a Reply

Your email address will not be published. Required fields are marked *