Share and Enjoy !

Shares

শ্ৰীভূমিৰ মাইজগ্ৰাম এলেকাত ভয়ংকৰ হত্যাকাণ্ড

ঘৰৰ ভিতৰতে হাত-ভৰি বান্ধি হত্যা মহুৰি সুশান্ত ৰয় কৰক

ঘৰত অকলশৰে থকা অৱস্থাত সুশান্ত ৰয়ক মবাইলৰ চাৰ্জৰে ভৰি হাত বান্ধি ঘৰৰ আচবাব লণ্ডভণ্ড কৰি হত্যা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি, ঘৰৰ খিৰিকী দুৱাৰ বন্ধ আছিল।

জানিব পৰা মতে, মহুৰি গৰাকীয়ে বিশেষ কামৰ বাবে ৭ লাখ টকা ঘৰত ৰাখিছিল

সেই টকাৰ বাবে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে সুশান্ত ৰয় কৰক।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে

Leave a Reply

Your email address will not be published. Required fields are marked *