Month: June 2026

মাফিয়া জিয়াবুৰ ৰহমানৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগছ

ধিঙত অব্যাহত আছে আহোমগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি হাজৰিকাৰ নেতৃত্বত চলা…

ভয়ংকৰ অগ্নিকাণ্ড;জ্বলি ভস্মীভূত বহু মূল্যবান সামগ্ৰী

পুৱাই মৰিগাঁও দন্দুৱা বিলৰটুপত ভয়ংকৰ অগ্নিকাণ্ড। বিলৰটুপৰ এটা পৰিয়ালৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম…

উৎকোচ লৈ CBIৰ জালত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অভিযন্তা

উৎকোচ লৈ CBIৰ জালত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অভিযন্তা গ্রেপ্তাৰ NF ৰে’লৱেৰ শিলচৰৰ জ্যেষ্ঠ শাখা অভিযন্তাক জানিব পৰা মতে, ঠিকাদাৰৰ ২০লাখ…

ৰাষ্ট্ৰীয় ঘাইপথত দপদপাই জ্বলিল চিমেণ্টভৰ্তি ট্ৰাক।

যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ অগ্নিকাণ্ড। যোৰহাটত জেবি ৰোড বাইপাছত দপদপাই জ্বলিল মালবাহী চিমেণ্ট ভৰ্তি ট্ৰাক । তাৰ পাছতে হাহাকাৰ লাগে…

যোৰহাটৰ বিমান দুর্ঘটনাত শ্বহীদ বায়ুসেনাৰ ৫ বিষয়া

যোৰহাটৰ ৰৰৈয়াৰ ভয়ংকৰ বিমান দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু। প্রাণ গ’ল স্কোৱাড্রন লিডাৰ প্রশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ,ছাৰ্জেণ্ট জিতেন্দ্র শৰ্মা…

জব্দ বৃহৎ পৰিমানৰ নিষিদ্ধ ড্ৰাগছ; দুজনক আটক

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান। এখন গেলামাল দোকানত তালাচী আৰক্ষীৰ । অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক দুজনলোকক।। লগতে…

নিশ হ’লেই বন্যহস্তীৰ উপদ্ৰৱ; শংকিত গঞা ৰাইজ

বঢ়মপুৰ তপতজুৰিত বন্যহস্তীৰ উপদ্ৰৱ । বন্যহস্তীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে বাসগৃহ নিশা বন্যহস্তীৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা কৰি পলায়ন গৃহস্থৰ।…

নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰিল বাহন; থিতাতে নিহত ৫ জনকৈ লোক

অৰুণাচলৰ চেপাত মৰ্মান্তিক দুৰ্ঘটনা। পাহাৰৰ পৰা তলত পৰিল শ্ৰমিকৰ বাহন দুৰ্ঘটনাত নিহত নাওবৈচাৰ ৫জন যুৱক। কৰ্মসূত্ৰে অৰুণাচলত আছিল যুৱককেইজন। বৰ্তমানলৈ…

হঠাৎ বৃদ্ধি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নিৰাপত্তা

হঠাৎ বৃদ্ধি কৰা হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নিৰাপত্তা ১১ জনলৈ বৃদ্ধি কৰা হ’ল নিৰাপত্তাৰক্ষী। নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি…