Share and Enjoy !

Shares

আম আদমী পাৰ্টীত মোক্ষম আঘাত ।

বিজেপিত যোগদান কৰিব ৰাঘৱ চাদ্দাই।

কেজৰিৱালক GOOD BYE দি গেৰুৱাবসণ পিন্ধিবলৈ সাজু ৰাঘৱ চাদ্দা।

৩গৰাকী সাংসদৰ বিজেপিত যোগদান।

ৰাঘৱ চাদ্দা, অশোক মিট্টল, সন্দীপ পাঠকে কৰিব বিজেপিত যোগদান।

সন্দীপ পাঠক আৰু অশোক মিট্টালৰ সৈতে সংবাদমেল সম্বোধন কৰি ৰাঘৱ চাড্ডাই কয় যে আমি সিদ্ধান্ত লৈছোঁ যে আমি ৰাজ্যসভাত আপৰ দুই তৃতীয়াংশ সদস্যই ভাৰতৰ সংবিধানৰ বিধানসমূহ প্ৰয়োগ কৰি বিজেপিৰ সৈতে একত্ৰিত হ’ম।

Leave a Reply

Your email address will not be published. Required fields are marked *