Category: ৰাজ্য

বন্যাৰ্তক ১৫ হাজাৰ টকা প্ৰদান নকৰাত বিধায়ক অখিল গগৈক উভতি ধৰিলে বানাক্ৰান্তই

মঙলবাৰে অখিল গগৈক বানপীড়িত এটা অঞ্চলত এগৰাকী মহিলাই সাতপুৰুষ উজাৰি গালি বৰ্ষণ কৰিলে। অখিল গগৈ গৈছিল মগৰাহাট পঞ্চায়তৰ অন্তৰ্গত আইলামুখ…

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ গছত প্ৰচণ্ড খুন্দা দ্ৰুতবেগী বাহনৰ;দুই যুৱকৰ কৰুণ মৃত্যু

ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনা। পুৱতিনিশা ৰঙিয়াৰ বালাগাঁৱত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী টাটা নেক্সন বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁৰিৰ গছত…

শলমাৰিৰ পৰা ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী

মৰিগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।অভিযানত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী। নিশা আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীকেইটা ক্ৰমে দিলদাৰ আলী, ৰেকিবুদ্দিন আহমেদ…

বানপানীয়ে উটুৱাই নিলে ঘৰখন, কিন্তু উটুৱাই নিব নোৱাৰিলে জানমণিৰ সপোন

অসমৰ বানপানী কেৱল পানীৰ সোঁত নহয়।ই বহু মানুহৰ ঘৰ, জীৱিকা আৰু সপোন উটুৱাই নিয়ে।।এই বানৰ কৰুণ ৰূপ দেখিছিল যোৰহাটৰ শলমৰাৰ…

হাটশিঙিমাৰীত শ্ৰমিক স্বাৰ্থবিৰোধী শ্ৰম কোড বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ

শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰা, শ্ৰমিক স্বাৰ্থবিৰোধী শ্ৰম কোড বাতিল কৰা আৰু ভাৰত-আমেৰিকা বাণিজ্য চুক্তি বাতিল কৰাৰ দাবীত সোমবাৰে হাটশিঙিমাৰীত উত্তাল…

শ্রমিক-কৃষকবিৰোধী নীতিৰ বিৰুদ্ধে ধুবুৰীত জেলভৰো কাৰ্যসূচী

বিজেপি চৰকাৰৰ শ্রমিক-কৃষকবিৰোধী নীতিৰ বিৰুদ্ধে জনমত গঠন কৰাৰ লক্ষৰে চি আই টি ইউ, নিখিল ভাৰত কৃষক সভা আৰু কৃষি শ্রমিক…

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ সাহায্য আই এছ এ গুৱাহাটী মহানগৰ শাখাৰ

পানী কমিছে কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুৰ্দশা। এই সকলোবোৰ মাজতে বানপীড়িত লোকসকলৰ…

ব’ল ব’মলৈ গৈ উভতি নাহিল পৰিস্মিতা; বাইকৰ পৰা পৰি ট্ৰাকৰ চেপাত প্ৰাণ গ’ল পৰিস্মিতাৰ

নগাঁও জিলাৰ ৰাঙলু এঘাৰ মাইলত শোকাৱহ পথ দুৰ্ঘটনা। ব’লবমৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত নিহত যুৱতী। নিহত যুৱতীগৰাকী পৰিস্মিতা দাস…

বাইক আৰু যাত্ৰীবাহী ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ; আহত ৮ জন যাত্ৰী

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ আলমগঞ্জ পাহাৰতলীত ভয়ংকৰ পথ দুৰ্ঘটনা।। ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু যাত্ৰীবাহী ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ ফলত…

১৮ জনকৈ অসমীয়ালৈ নিৰ্বিচাৰ গুলীচালনা অৰুণাচল আৰক্ষীৰ

গোগামুখৰ অসম-অৰুণাচল সীমান্তত তীব্র উত্তেজনা। অসমৰ লোকক লক্ষ্য কৰি অৰুণাচলী দুর্বৃত্তৰ গুলীচালনা। সীমান্তৱৰ্তী মিংমাং বদতিত এই ঘটনা সংঘটিত হয়। অসমৰ…