Tag: assamnews

দুপৰীয়া ৩-০০ বজালৈকে অসমত ভোটদান হাৰ ৭৫.৯১ শতাংশ

পুৱা ৭বজাৰ লগে লগে ৰাজ্যত আৰম্ভ ভোটগ্ৰহণ। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ্যত ৩১ হাজাৰ ৮৯০টা ভোটকেন্দ্ৰত আৰম্ভ হয় ভোটগ্ৰহণ।২ কোটি…

চতিয়াৰ দলাপানীত প’লিং বিষয়াৰ মৃত্যু; ভোটকেন্দ্ৰতে অসুস্থ হৈ মৃত্যু প’লিং বিষয়াজনৰ

ভোটগ্ৰহণৰ মাজতে নদুৱাৰত সমষ্টিত শোকাৱহ ঘটনা। চতিয়াৰ দলাপানীত প’লিং বিষয়াৰ মৃত্যু। ভোটকেন্দ্ৰতে অসুস্থ হৈ মৃত্যু হয় প’লিং বিষয়াজনৰ। নদুৱাৰ সমষ্টিৰ…

মেৰাপানী কল্যাণপুৰৰ ভোটকেন্দ্ৰত নিৰ্বাচনী হিংসা

গোলাঘাট বিধানসভা সমষ্টিৰ মেৰাপানী কল্যাণপুৰ ভোটকেন্দ্ৰত নিৰ্বাচনী হিংসা। বিজেপিৰ বুথ সভাপতি সৱীন কুৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ কংগ্ৰেছ কৰ্মী ধীৰেন ওৰফে…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোটাধিকাৰ সাব্যস্ত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভোটাধিকাৰ সাব্যস্ত। পৰিয়ালৰ সৈতে ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান মুখ্যমন্ত্ৰীৰ। গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত কৰে ভোটদান। ভোটদানৰ…

পাথাৰকান্দিৰ ভোটকেন্দ্ৰত নিৰ্বাচনী হিংসা

পাথাৰকান্দিত ভয়ংকৰ ঘটনা।পাথাৰকান্দিৰ ভোটকেন্দ্ৰত নিৰ্বাচনী হিংসা। ৰঙামাটি এলেকাৰ ভোটকেন্দ্ৰত EVM ভাঙি লণ্ডভণ্ড। পাথাৰকান্দি সমষ্টিৰ ৰাঙামাটি এলেকাৰ ৫১৩ নম্বৰ ৰাঙামাটি প্ৰাথমিক…

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত বিকাশ শইকীয়াক আক্ৰমণ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত বিকাশ শইকীয়াক আক্ৰমণ। আক্ৰমণক লৈ প্ৰতিক্ৰিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈৰ।…

কাইলৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

কাইলৈ ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০বজাৰ পাছতে শিক্ষাৰ্থীসকলে লাভ কৰিব ফলাফল। শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে ঘোষণা কৰিলে…

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। অকল প্ৰাৰ্থিত্ব এৰাই নহয়, কংগ্ৰেছ দলো…

ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ

ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় গৰিমা শইকীয়া গাৰ্গক।…

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেড়া। খেড়াই ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপন কৰিছিল গুৰুতৰ…