Category: ৰাজ্য

পাথাৰকান্দিত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়ত অঘটন;ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ সময়তে হঠাৎ খহি পৰিল পতাকাখন।

বিহালী সমজিলা প্ৰশাসনৰ উদ্যোগত বিহালী স্নাতক মহাবিদ্যালয় প্ৰাঙ্গনত আয়োজন কৰা ৮০ সংখ্যক স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অনাকাংক্ষিত পৰিস্থিতি। সমজিলা আয়ুক্ত…

শিলচৰত বুজন পৰিমাণৰ হেৰ’ইনসহ গ্ৰেপ্তাৰ মহিলা সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে শিলচৰ আৰক্ষীৰ অভিযান। অভিযানত বুজন পৰিমাণৰ হেৰ’ইনসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ গোপন তথ্যৰ‌ ভিত্তিত ৰাংগিৰখাৰী চকীৰ আৰক্ষীয়ে সোণাইৰোডত অভিযান…

হেমেন দাসৰ স্বাস্থ্যৰ খবৰ ল’লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

প্ৰবীন ৰাজনীতিবিদ তথা সৰভোগ সমষ্টিৰ প্ৰাক্তন বিধায়ক হেমেন দাসৰ স্বাস্থ্যৰ খবৰ ল’লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। GMCHত চিকিৎসাধীন হৈ…

গৰমে দহিছে ৰাজ্যবাসীক! উৎকট গৰমৰ বাবে লখিমপুৰ জিলাৰ বিদ্যালয় সমূহৰ সময়সূচী সলনি

গৰমে দহিছে ৰাজ্যবাসীক। গৰমৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি জনসাধাৰণে বিভিন্ন পন্থা গ্ৰহণ কৰিছে । কোনোৱে যদি এচি-কুলাৰৰ আশ্ৰয় লৈছে, কোনোৱে…

মৰ্মান্তিক! বিদ্যুৎস্পৃষ্ট হৈ মৃ-ত্যুক আঁকোৱালি ল’লে স্বামী-স্ত্ৰীয়ে

চামগুৰিত চাঞ্চল্যকৰ ঘটনা। পানীৰ মটৰত বিদ্যুৎ সংযোগ কৰিবলৈ যাওঁতেই গণেশ চন্দ্ৰ ৰাভা বিদ্যুৎস্পৃষ্ট হয় মৃত্যু। স্বামীক বিদ্যুৎস্পৃষ্ট হোৱা দেখি পত্নী…

‘আৰু ধৈৰ্যৰ পৰীক্ষা নল’ব, ৰাইজে সহ্য কৰি নাথাকে’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীৰ খানাপাৰাত ৮০সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। নিজৰ ভাষণত বহু গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন…

এইসকল চৰকাৰী কৰ্মচাৰীৰ কৰ্তন কৰা হ’ব ২০ শতাংশ দৰমহা!

চৰকাৰী কৰ্মচাৰীক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা।স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী কৰ্মচাৰীৰ কৰ্তন কৰা হ’ব ২০…

মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মুতালেবক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া আব্দুল মোতালেবক গ্ৰেপ্তাৰ। মৰিগাঁৱৰ ভূৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ আব্দুলক। স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ লাইভ চলি থকাৰ সময়তে লাইভ…

গীতানগৰ থানাৰ গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু

মহানগৰীৰ গীতানগৰত চাঞ্চল্যকৰ ঘটনা গীতানগৰ থানাৰ গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু মৃত্যু হোৱা জোৱানজন ৰঙিয়াৰ ঘুলিপামৰ হাফিজ আলী বুলি জানিব পৰা…

জব্দ বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী; দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ৰাজ্যজুৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰৱিচ্চিন্ন অভিযানত শোণিতপুৰ জিলাৰ মিছামাৰীত আৰক্ষীৰ সাফল্য। মিছামাৰী থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি…